danewsplus.com
ভাল খবৰ, ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে ক’ভিড পজিটিভিটীৰ হাৰ
ৰাজ্যত ক্ৰমাৎ হ্ৰাস পাইছে ক’ভিড পজিটিভিটীৰ হাৰ৷২৪ ঘণ্টাত আক্ৰান্ত ৫,৬১৩গৰাকী৷কামৰূপ মহানগৰত আক্ৰান্ত ৫৮০ গৰাকী৷২৪!-->…
১২ৰ উৰ্ধৰ সকলো লোককে প্ৰদান কৰা হ’ব ক’ভিডৰ টিকা
ক’ভিডৰ দ্বিতীয় ঢৌৰ পৰা সাৰি যোৱা নাই বিশ্বৰ শিশু আৰু কিশোৰ-কিশোৰীসকল। সেইবাবে এইবাৰ কিশোৰ-কিশোৰীসকলক ভেকচিন!-->…
কোৱাৰেন্টাইনত থকা লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি আহিল লুৰীণ…
সমগ্ৰ ডিব্ৰুগড় জিলাৰ ক'ভিড পৰিস্থিতি আজিও অনিয়ন্ত্ৰিত হৈ আছে। ইতিমধ্যে জিলাখনৰ বহু গাঁৱৰ লগতে চাহ বাগিচা অঞ্চল!-->…
এছিয়ান বক্সিঙৰ ফাইনেলত প্ৰৱেশ শিৱ থাপাৰ
এছিয়ান বক্সিঙৰ ফাইনেলত প্ৰৱেশ শিৱ থাপাৰ। ছেমিফাইনেলত দুৰ্দান্ত প্ৰদৰ্শন অসম সন্তান শিৱ থাপাৰ। প্ৰতীদ্বন্দ্বী!-->…
নৱগ্ৰহত শীৰ্ঘেই পুনৰ আৰম্ভ হ’ব গেছচালিত শ্মশান
নৱগ্ৰহত শীৰ্ঘেই পুনৰ আৰম্ভ হ’ব গেছচালিত শ্মশান৷ ২০১২চনতেই মুকলি কৰা হৈছিল এই ব্যৱস্থা৷ অৱশ্যে মেৰামতিৰ অভাৱত বিকল!-->…
ক্ৰীড়াপ্ৰেমীলৈ ভাল খবৰ, অনুষ্ঠিত হ’ব আইপিএলৰ বাকী…
আৰব আমীৰশ্বাহীত হ'ব আই পি এল ৰৈ যোৱা মেচসমূহ। এই কথা সদৰি কৰিছে বিবিচিআইয়ে। শনিবাৰে মুম্বাইত অনুষ্ঠিত হোৱা ব'ৰ্ডৰ!-->…
গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ…
পুনৰ অসুস্থ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত। স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক!-->…
ক’ভিডত আক্ৰান্ত হৈ তামুলপুৰৰ বিধায়ক লেহোৰাম বড়োৰ…
ক'ভিডত আক্ৰান্ত হৈ তামুলপুৰৰ বিধায়ক লেহোৰাম বড়োৰ দেহাৱসান। শনিবাৰে পুৱাৰ ভাগতে আহে এই বেয়া খবৰটো। মাত্ৰ কেইদিনমান!-->…
অসমবাসীলৈ সুখবৰ, এতিয়াৰে পৰা Flipkart উপলব্ধ হ’ব…
অনলাইন মাৰ্কেটিং এপ ফ্লিপকাৰ্টে আনিছে ৰাজ্যবাসীলৈ এক সুখবৰ। এতিয়াৰে পৰা ফ্লিপকাৰ্ট অসমীয়া ভাষাতো উপলব্ধ হ'ব। নিজৰ!-->…
দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক’ৰণাত আক্ৰান্ত ৰোগীৰ…
দেশত ক্ৰমান্বয়ে হ্ৰাস পাইছে ক'ৰণাত আক্ৰান্তৰ সংখ্যা। ২৪ ঘণ্টাত ১.৮৬ লাখ আক্ৰান্ত হোৱাৰ বিপৰীতে ৩,৬৬০ জনৰ!-->!-->!-->…