danewsplus.com
চৰকাৰী চাকৰিটো সপোন আছিল, চাকৰি পাইয়ো কিয় আত্মহত্যা…
ডিজিটেল ডেস্ক: গুৱাহাটীত এজন কনিষ্টবলৰ আত্মহননৰ ঘটনাই আৰক্ষীৰ মাজত সৃষ্টি কৰিছে চাঞ্চল্যৰ৷ বশিষ্ঠৰ গেম ভিলেজত!-->…
বিহুৰ আনন্দৰ মাজতেই বেয়া খবৰটি আহিল মৰাণ নগৰৰ এটি…
ডিজিটেল ডেস্ক: সমগ্ৰ ৰাজ্যবাসী উৰুকাৰ ভোজ-ভাত আয়োজনত মচগুল হৈ থকাৰ সময়তে যোৱানিশা মৰাণত এক শোকাবহ পথ দুৰ্ঘটনা!-->…
ৰাজ্যৰ বিভিন্ন ঠাইত উদযাপন বিবেকানন্দৰ জন্মজয়ন্তী
ডিজিটেল ডেস্কঃ স্বামী বিবেকানন্দ জন্ম জয়ন্তী উপলক্ষে ৰাজ্যৰ বিভিন্ন ঠাইত মাৰাথান দৌৰ৷ মৰিগাঁৱৰ জাগীৰোডত পুৱা!-->…
শীতকালত আপোনাৰ ছালৰ যতন কেনেকৈ ল’ব?
সুস্থ ছালৰ যত্নৰ বিষয়ে কিছু জানিবলগীয়া কথা...ছালে আমাৰ দেহৰ উষ্ণতাৰ সমতা ৰক্ষা কৰি আমাৰ শৰীৰটোক ৰক্ষা কৰে৷ এখন!-->…
সন্মুখত ভোগৰ ভোগালী…প্ৰান্তে-প্ৰান্তে ভোগালীক…
ডিজিটেল ডেস্কঃ ভোগালী মানেই ভোগৰ উৎসৱ, ৰাজ্যৰ প্ৰান্তে-প্ৰান্তে ভোগালীক আদৰিবলৈ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত!-->…
ভূপালত জলশক্তি মন্ত্ৰালয়ৰ সন্মীলনত মন্ত্ৰী জয়ন্ত…
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰালয়ৰ অধীনত মধ্যপ্ৰদেশৰ ভূপালত কালিৰে পৰা অনুস্থিত হৈ থকা 1st All!-->!-->!-->…
প্ৰাকৃতিক কৃষিৰ বাবে অসম কৃষি বিশ্ববিদ্যালয়ৰ অভিলাসী…
ডিজিটেল ডেস্কঃ প্ৰাকৃতিক কৃষিৰ ক্ষেত্ৰত অভিলাসী পৰিকল্পনাৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্ৰিক কৃষি ব্যৱস্থাৰ!-->…
বাওনা হৈয়ো স্বৰ্গ ঢুকি পালে এইগৰাকী আফছিনে…!
ডিজিটেল ডেস্কঃ বাওনা হোৱাৰ বাবেই আজি বিশ্বজুৰি পৰিচয় অৰ্জন কৰিবলৈ সক্ষম হৈছে এজন যুৱকে। বাওনা হোৱাৰ বাবেই তেওঁ আজি!-->…
মাতৃহাৰা হ’ল প্ৰধানমন্ত্ৰী মোদী, ১০০ বছৰ বয়সত নৰেন্দ্ৰ…
ডিজিটেল ডেস্কঃ
মাতৃহাৰা হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আমেদাবাদৰ ইউ এন মেহতা হাস্পতালত শুকুৰবাৰে পুৱা শেষ!-->!-->!-->…
অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বজাৰ তথ্য সূচনা কেন্দ্ৰৰ…
ডিজিটেল সংবাদ, যোৰহাটঃ অসমৰ কৃষক সকলক তেওঁলোকৰ উৎপাদিত সামগ্ৰীৰ বাবে উচিত মূল্য আৰু বজাৰৰ সবিশেষ খবৰ দি অসম কৃষি!-->…