নতুন দিল্লী: কেন্দ্ৰ তথা ৰাজ্য চৰকাৰক লকডাউনৰ পৰামৰ্শ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। লকডাউন অবিহনে ক’ৰোনাক ৰোধ কৰাটো অসম্ভৱ বুলি মন্তব্য কৰে ন্যায়ালয়ে।