ক’ৰোনাত আক্ৰান্ত হৈছে ভাৰতৰ মহিলা ক্ৰিকেট দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ।
বৰ্তমান ঘৰতে কোৱাৰেণ্টাইন হৈ আছে খেলুৱৈগৰাকী। তেওঁৰ সংস্পৰ্শলৈ অহা সকলোকে ক’ভিড টেষ্ট কৰাৰ আহ্বান জনাইছে কৌৰে।