danewsplus.com
danewsplus.com

১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ দেশজুৰি প্ৰধানমন্ত্ৰীৰ জন্মদিন উদযাপন

0 134
  • প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে ভৱেশ কলিতাৰ সংবাদমেল
  • কাইলৈৰ পৰা ২ অক্টোবৰলৈ দেশজুৰি জন্মদিন উদযাপন
  • বিজেপি কৰ্মীক ধৰ্মীয় অনুষ্ঠানত নৈবদ্য আগনবঢ়াবলৈ আহ্বান
  • কেক্ নাকাটিবলৈও আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতিৰ
  • ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ বিভিন্ন কাৰ্যসূচী ঘোষণা
  • কাইলৈ ৰক্তদান শিবিৰ, ১৮-১৯ ছেপ্টেম্বৰত স্বচ্ছতা অভিযান
  • ২০ ছেপ্টেম্বৰত বুজ ল’ব ক’ভিড টীকাকৰণ সম্পৰ্কে
  • ২২, ২৩, ২৪ ছেপ্টেম্বৰত বিনামূলীয়া স্বাস্থ্য শিবিৰ
  • ২৫, ২৬ ছেপ্টেম্বৰত বৃক্ষ ৰোপণ কাৰ্যসূচী
  • পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মদিন উপলক্ষে এই কাৰ্যসূচী
  • ২৭, ২৮ ছেপ্টেম্বৰত প্ৰদৰ্শনী মূলক কাৰ্যসূচী
  • ২৯ ছেপ্টেম্বৰত বিশিষ্ট ব্যক্তিক লৈ প্ৰবোদ্ধ নাগৰিক সন্মিলন
  • ১ অক্টোবৰত জল সংৰক্ষণ বিষয়ক সজাগতা অনুষ্ঠান
  • ২ অক্টোবৰত খাদী উৎপাদন কেন্দ্ৰত আন এক অনুষ্ঠান
Leave A Reply

Your email address will not be published.