danewsplus.com
danewsplus.com

২০২৫লৈ BCCIৰ অধ্যক্ষৰ পদত সৌৰভ গাংগুলী

0 126

ডিজিটেল ডেস্কঃ ২০২৫লৈ BCCIৰ অধ্যক্ষৰ পদত সৌৰভ গাংগুলী
আগন্তুক ৩ বছৰলৈ সচিব হিচাপে থাকিব জয় শ্বাহ
গাংগুলী-শ্বাহলৈ সকাহ উচ্চতম ন্যায়ালয়ৰ
৬ বছৰলৈ বৃদ্ধি গাংগুলী-শ্বাহৰ কাৰ্যকাল
BCCIৰ সংবিধান সলনিৰ ক্ষেত্ৰত ৰায় SCৰ
সলনি হ’ব BCCIৰ সংবিধান
২০২২ৰ অক্টোবৰলৈ আছিল দুয়োৰে কাৰ্যকাল
অক্টোবৰৰ পৰা আছিল BCCIৰ কুলিং অব পিৰিয়ড
নতুন ৰায় অনুসৰি নাথাকিব কুলিং অব পিৰিয়ড
এই সময়ছোৱাতো বৰ্তমানৰ অধ্যক্ষ, সচিবেই থাকিব পদত

Leave A Reply

Your email address will not be published.