danewsplus.com
danewsplus.com

IMMAFত অসম সন্তানৰ সাফল্য

0 140

ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় মিক্সড মাৰ্ছিয়েল আৰ্টছ চেম্পিয়নশ্বিপত অসম সন্তানৰ সাফল্য৷ অসমলৈ সুনাম কঢ়িয়াই আনিলে গুৱাহাটীৰ প্ৰজ্ঞা পি খাটনিয়াৰে৷ আন্তঃৰাষ্ট্ৰীয় মিক্সড মাৰ্চিয়েল আৰ্টছ চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিলে ১৪ বছৰীয়া প্ৰজ্ঞা পি খাটনিয়াৰে৷ আবুধাবিত অনুষ্ঠিত প্ৰতিযোগিতাখনত যুৱ বি ডিভিজনৰ ৪৮ কেজি শাখাত এই পদক অৰ্জন কৰিলে প্ৰজ্ঞাই৷ প্ৰজ্ঞা MMAত পদক লাভ কৰা উত্তৰ পূৱৰ প্ৰথমগৰাকী খেলুৱৈ৷ গুৱাহাটীৰ লিটল ফ্লাৱাৰ বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী প্ৰজ্ঞা পি খাটনিয়াৰ৷

Leave A Reply

Your email address will not be published.