danewsplus.com
danewsplus.com

ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি ৪ৰ্থ মৃত্যুবাৰ্ষিকী

0 125

ডিজিটেল ডেস্কঃ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আজি ৪ৰ্থ মৃত্যুবাৰ্ষিকী
দিল্লীত অটল বিহাৰী বাজপেয়ীৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু, উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখেড়ৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহৰো শ্ৰদ্ধাঞ্জলি
প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও জনালে শ্ৰদ্ধাঞ্জলি
শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডায়ো জনালে শ্ৰদ্ধাঞ্জলি
লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰো শ্ৰদ্ধাঞ্জলি জ্ঞাপন
আন বহুকেইজন বিজেপি শীৰ্ষ নেতাই জনাইছে শ্ৰদ্ধাঞ্জলি

Leave A Reply

Your email address will not be published.