danewsplus.com
danewsplus.com

মহাৰাষ্ট্ৰৰ পিছত এইবাৰ বিহাৰত ৰাজনৈতিক সংকট

0 146

ডিজিটেল ডেস্কঃ মহাৰাষ্ট্ৰৰ পিছত এইবাৰ শীঘ্ৰেই ৰাজনৈতিক পৰিৱৰ্তন ঘটাৰ সম্ভাৱনাই দেখা দিছে বিহাৰত ৷ পুনৰ NDA ত্যাগ কৰি RJD, কংগ্ৰেছৰ মহাজোঁটত চামিল হ’ব পাৰে মুখ্যমন্ত্ৰী নীতিশ কুমাৰ ৷ আজি কিছুদিনৰ পৰা NDAৰ স’তে দূৰত্ব বাঢ়িছে নীতিশ কুমাৰৰ ৷ ৰাজনৈতিক পৰিস্থিতি পৰ্যালোচনাৰ বাবে নীতিশ কুমাৰৰ বাসভৱনত আলোচনাত বহিব JDUৰ সাংসদ আৰু বিধায়কসকল ৷ এই বৈঠেকই নিৰ্ধাৰণ কৰিব বিহাৰৰ ৰাজনৈতিক ভৱিষ্যত ৷

Leave A Reply

Your email address will not be published.