danewsplus.com
danewsplus.com

বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ সন্মানাৰ্থে প্ৰধানমন্ত্ৰী মোদীৰ নৈশ ভোজ

0 178

ডিজিটেল ডেস্কঃ বিদায়ী ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দৰ সন্মানাৰ্থে প্ৰধানমন্ত্ৰী মোদীৰ নৈশ ভোজ ৷ দিল্লীত এই নৈশ ভোজৰ আয়োজন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে ৷ এই ভোজত উপস্থিত থাকিল কেন্দ্ৰীয় মন্ত্ৰীসভাৰ ভালেকেইজন সদস্যৰ লগতে উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডু, লোকসভাৰ অধ্যক্ষ ওম বিৰলা আৰু কংগ্ৰেছ নেতা অধিৰ ৰঞ্জন চৌধুৰী ৷ নতুন ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মু, কেইবাজনো মুখ্যমন্ত্ৰীৰ লগতে ভালেকেইজন পদ্ম সন্মানপ্ৰাপক আৰু অন্যান্য বিশিষ্ট ব্যক্তিও উপস্থিত থাকে এই নৈশভোজত ৷

Leave A Reply

Your email address will not be published.