danewsplus.com
danewsplus.com

উপায়ুক্তৰ ব্যাপক ৰদবদল… কোন কোন জিলালৈ নতুন উপায়ুক্ত?

0 323

ডিজিটেল ডেস্ক: কাছাৰ জিলাৰ উপায়ুক্ত কীৰ্তি জল্লীক বদলি, কামৰূপ জিলাৰ উপায়ুক্তৰূপে নিযুক্তি IAS কীৰ্তি জল্লীক।

নগাঁও জিলা উপায়ুক্তক বদলি কৰা হৈছে ৷ নগাঁও জিলা উপায়ুক্ত হিচাপে কাৰ্যনিবাহ কৰা হেভৰে নিসৰ্গ গৌতমক বদলি কৰা হৈছে হাইলাকান্দিলৈ ৷

আই এ এছ বিষয়া নিসৰ্গ গৌতমক হাইলাকান্দিলৈ বদলি কৰি নৰেন্দ্ৰ কুমাৰ সাহক নগাঁও অনা হৈছে ৷ চিৰাং জিলাৰ উপায়ুক্ত হিচাপে নৰেন্দ্ৰ কুমাৰ সাহে কাৰ্যনিৰ্বাহ কৰি আছিল ৷ আই এ এছ বিষয়া নৰেন্দ্ৰ কুমাৰ সাহ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনৰ সচিবৰ দায়িত্বটো আছিল ৷

উল্লেখ্য এই যে আই এ এছ বিষয়া হেভৰে নিসৰ্গ গৌতমৰ কাম কাজক লৈ অসন্তুষ্ট আছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ প্ৰলংকাৰি বানে বিধস্ত কৰা নগাঁও জিলাৰ পৰিস্থিতি মোকাবিলা কৰাত ব্যৰ্থ হৈছিল IAS বিষয়াজন ৷

Leave A Reply

Your email address will not be published.