danewsplus.com
danewsplus.com

ছ’চিয়েল মিডিয়াত সংযত হ’ব লাগিব AAPৰ স্বেচ্ছাসেৱক

0 194

ডিজিটেল ডেস্কঃ আম আদমী পাৰ্টীৰ স্বেচ্ছাসেৱকক ছ’চিয়েল মিডিয়াত সংযত হোৱাৰ আহ্বান আম আদমী পাৰ্টীৰ ৰাজ্যিক সমন্বয়ক ডাঃ ভৱেন চৌধুৰীৰ৷ আম আদমী পাৰ্টীয়ে ৰাজনৈতিক ব্যক্তি বিশেষে সমালোচনা নকৰে৷ আপৰ ৰাজনীতিৰ মূল উদ্দেশ্য অনুসৰি কাৰোবাৰ ভুল আঙুলিয়াইহে দিয়ে বুলি প্ৰেছ বিজ্ঞপ্তিযোগে জনায় ৰাজ্যিক সমন্বয়ক ভৱেন চৌধুৰীয়ে৷ শেহতীয়াকৈ আপৰ এগৰাকী স্বেচ্ছাসেৱকে অখিল গগৈ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত আপত্তিজনক মন্তব্য কৰাৰ পিছতে এইদৰে সকলো স্বেচ্ছাসেৱকক সংযত হোৱাৰ আহ্বান জনায় ডাঃ ভৱেন চৌধুৰীয়ে৷

Leave A Reply

Your email address will not be published.