danewsplus.com
danewsplus.com

হাই মাদ্ৰাছাত পৰীক্ষা দিলে এগৰাকী ৪৫ বছৰীয়া মহিলাই

0 68

ডিজিটেল ডেস্কঃ বিশ্বনাথত হাই মাদ্ৰাছাত উত্তীৰ্ণ এগৰাকী ৪৫ বছৰীয়া মহিলা। মহিলাগৰাকী বিশ্বনাথ ঘাটৰ গড়ভিতৰৰ বুলবুলি খাতুন। ফখৰুদ্দিন আলী আহমেদ উঃমাঃ বিদ্যালয়ৰ আছিল পৰীক্ষাৰ্থী। বুলবুলি খাতুন বিশ্বনাথৰ ভোলাকটা অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী।

২২ বছৰৰ পিছত হাই মাদ্ৰাছাত অৱতীৰ্ণ হৈছিল মহিলাগৰাকী। উচ্চ শিক্ষা গ্ৰহণৰ বাবে আগ্ৰহী ৪৫ বছৰীয়া মহিলাগৰাকী।

Leave A Reply

Your email address will not be published.