danewsplus.com
danewsplus.com

কাইলৈ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

0 64

ডিজিটেল ডেস্কঃ কাইলৈ কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন৷ কাৰ্বি পাহাৰৰ দুয়োখন জিলাৰে প্ৰশাসন এতিয়া সাজু নিৰ্বাচনৰ বাবে৷ ডিফু আৰু হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ১০টা পৰিষদীয় সমষ্টিৰ ৪০৭টা ভোটকেন্দ্ৰত গ্ৰহণ কৰা হ’ব ভোট৷

পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ চলিব ভোটগ্ৰহণ৷ ইতিমধ্যে ভোটগ্ৰহণ কেন্দ্ৰসমূহত উপস্থিত হৈছে নিৰ্বাচনী বিষয়া-কৰ্মচাৰীৰ দল৷

Leave A Reply

Your email address will not be published.