danewsplus.com
danewsplus.com

কুতুব মিনাৰৰ মছজিদত হ’ব নেকি পূজা-অৰ্চনা!

0 130

ডিজিটেল ডেস্কঃ কুতুব মিনাৰৰ মছজিদত হ’ব নেকি পূজা-অৰ্চনা! মঙলবাৰে দিল্লীৰ এখন আদালতে চূড়ান্ত শুনানি গ্ৰহণ কৰাৰ লগতে ৰায়দান কৰাৰ সম্ভাৱনা৷ আনহাতে কুতুব মিনাৰ চৌহদত প্ৰাচীন হিন্দু দেৱ-দেৱীৰ মূৰ্তি সম্পৰ্কে জৰীপ চলাব আৰ্কিঅ’ল’জিকেল ছাৰ্ভে অব ইণ্ডিয়াই৷

Leave A Reply

Your email address will not be published.