danewsplus.com
danewsplus.com

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে T-20 শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা

0 245

ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে T-20 শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা।
ৰোহিত শৰ্মা, বিৰাট কোহলী, যশপ্ৰীত বুমৰাক দিয়া হ’ল জিৰণি।
ৰোহিতৰ অবৰ্তমানত ভাৰতীয় দলক নেতৃত্ব দিব কে এল ৰাহুলে।
দললৈ প্ৰত্যাৱৰ্তন দীনেশ কাৰ্তিক, হাৰ্দিক পাণ্ডিয়া, ভুবনেশ্বৰ কুমাৰৰ।
IPLত দৰ্শনীয় প্ৰদৰ্শন কৰা উমৰান মালিক, অৰ্শদীপ সিঙক অন্তৰ্ভুক্তি।
আন খেলুৱৈসকল শ্ৰেয়স আয়াৰ, ঈশান কিষান, ঋতুৰাজ গাইকোৱাড
দীপক হুদা, ঋষভ পণ্ট, ভেংকটেশ আয়াৰ, কুলদীপ যাদৱ
য়ুজবেন্দ্ৰ চহল, অক্ষৰ পেটেল, ৰবী বিষ্ণয়, হৰ্ষল পেটেল, আভেছ খান।

Leave A Reply

Your email address will not be published.