danewsplus.com
danewsplus.com

হোৱাটছএপত অশ্লীল ভিডিঅ’ কল কৰি বিতৰ্কত ৰকিবুল হুছেইন !

0 1,467

ডিজিটেল ডেস্কঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোত দেখিবলৈ পোৱা গ’ল নাৰী নিৰ্যাতনৰ ঘটনা৷ চৰকাৰে নাৰী সুৰক্ষাৰ কথা কোৱাৰ সময়তে শদিয়াৰ পৰা ধুবুৰীলৈ বিভিন্ন ঠাইত মানৱৰূপী দানৱৰ নিৰ্যাতনৰ বলি হ’ল কেইবাগৰাকীও যুৱতী-কিশোৰী৷ শিক্ষক তথা স্বয়ম্ভু বিজেপি নেতাৰ অশ্লীল ভিডিঅ’৷

এনে এক ভিডিঅ’ই এতিয়া তোলপাৰ লগাইছে কামৰূপৰ হাজোত ৷ ৰকিবুল হুছেইন নামৰ এই শিক্ষক তথা স্বয়ম্ভু বিজেপি নেতাই এগৰাকী যুৱতীৰ সৈতে হোৱাটছএপত কৰা অশ্লীল ভিডিঅ’ কল ভাইৰেল হৈছে হাজো আৰু কাষৰীয়া অঞ্চলত ৷ এই ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷ হাজোৰ মাউণ্ট এভাৰেষ্ট ইংলিছ স্কুলত কাম কৰা এই শিক্ষকজনক ইতিমধ্যে বৰ্খাস্ত কৰিছে বিদ্যালয় কৰ্তৃপক্ষই ৷

Leave A Reply

Your email address will not be published.