danewsplus.com
danewsplus.com

নতুন দিল্লীত ভয়ংকৰ অগ্নিকাণ্ড

0 226

ডিজিটেল ডেস্কঃ নতুন দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডত নিহতৰ সংখ্যা ২৭লৈ বৃদ্ধি। এতিয়াও সন্ধানহীন আছে প্ৰায় ৩০জন। ফলত নিহতৰ সংখ্যা অধিক বৃদ্ধি হোৱাৰ আশংকা ঘনীভূত হৈ পৰিছে। ইফালে অগ্নিকাণ্ড সংঘটিত হোৱা প্ৰতিষ্ঠানটোৰ অট্টালিকাটো অবৈধভাৱে নিৰ্মাণৰ অভিযোগ গ্ৰেপ্তাৰ কৰা হৈছে দুজনক।

দিল্লীৰ মুণ্ডকাত বিধ্বংসী অগ্নিকাণ্ড
নিহতৰ সংখ্যা ২৭লৈ বৃদ্ধি, সন্ধানহীন প্ৰায় ৩০
নিহতৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা ঘণীভূত
এই পৰ্যন্ত চিনাক্ত হৈছে মাত্ৰ ৭জনৰ মৃতদেহ
চিনাক্ত টানিয়া ভূষণ, মোহিনী পাল, যশোদা দেৱী
চিনাক্ত ৰঞ্জু দেৱী, বিশাল, দৃষ্টি, কৈলাস জানি
মৃতকৰ নিকট আত্মীয়লৈ কেজৰিৱালৰ সাহায্য ঘোষণা
প্ৰতিজন নিহতৰ আত্মীয়ই পাব ১০লাখ টকাকৈ
ধ্বসস্তুপৰ মাজত এতিয়াও অব্যাহত উদ্ধাৰকাৰ্য
অবৈধভাৱে অট্টালিকাটো নিৰ্মাণ কৰা হৈছিল DFS
ঘটনা সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

Leave A Reply

Your email address will not be published.