danewsplus.com
danewsplus.com

আজি আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস, বিশ্বজুৰি উদযাপন এই দিৱস

0 241

ডিজিটেল ডেস্ক: আজি আন্তঃৰাষ্ট্ৰীয় ধাত্ৰী দিৱস৷ বিশ্বজুৰি বিভিন্ন কাৰ্যসূচীৰে আজি উদযাপন কৰা হৈছে এই দিৱস৷ এই দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ পৰা উলিওৱা হয় এক শোভাযাত্ৰা৷ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে শতাধিক নাৰ্ছে৷

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালতো উদযাপন কৰা হৈছে এই ধাত্ৰী দিৱস৷ এই উপলক্ষে আয়োজন কৰা হয় বিভিন্ন অনুষ্ঠানৰ৷ চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ পৰা অৱসৰ গ্ৰহণ কৰা ১২গৰাকী নাৰ্ছক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়৷

Leave A Reply

Your email address will not be published.