danewsplus.com
danewsplus.com

অত্যধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু এজন যুৱকৰ

0 155

ডিজিটেল ডেস্ক:

  • ধুবুৰীৰ গৌৰীপুৰৰ আশাৰীকান্দিত ভয়ংকৰ ঘটনা
  • অত্যধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু এজন যুৱকৰ
  • ৪ বন্ধুৱে অত্যধিক ড্ৰাগ্ছ সেৱন কৰাই হত্যা কৰাৰ অভিযোগ
  • মৃত ছুছেন বৰ্মন নামৰ যুৱকজনৰ পৰিয়ালৰ এই অভিযোগ
  • আৰক্ষী জোৱান নৱ বৰ্মনসহ ৪ বন্ধুৰ বিৰুদ্ধে অভিযোগ
  • অভিযুক্ত আন ৩জন ৰাজেশ সৰকাৰ, বিক্ৰম বৰ্মন, দীপ বৰ্মন
  • অভিযুক্ত নৱ বৰ্মনসহ ৰাজেশ সৰকাৰক আটক আৰক্ষীৰ
  • যুৱকজনৰ মৃতদেহ গোপনে ঘৰত থৈ যোৱাৰ অভিযোগ
Leave A Reply

Your email address will not be published.