danewsplus.com
danewsplus.com

যোগা মহোৎসৱত একেলগে যোগাসন কৰিলে মুখ্যমন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

0 124

ডিজিটেল ডেস্কঃ শিৱসাগৰৰ ঐতিহাসিক শিৱদ’ল প্ৰাংগণত বিশেষ যোগা মহোৎসৱ ৷ কেন্দ্ৰীয় আয়ুস মন্ত্ৰালয়ৰ উদ্যোগত পুৱা ৭ বজাৰ পৰা অনুষ্ঠিত হৈছে এই অনুষ্ঠান ৷ এই মহোৎসৱত অংশগ্ৰহণ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ৷ এই মহোৎসৱত এইসকল নেতাৰ লগতে অংশগ্ৰহণ কৰিছে ৫ হাজাৰ ৫০০গৰাকী লোকে ৷

Leave A Reply

Your email address will not be published.