danewsplus.com
danewsplus.com

পুনৰ আফগানিস্তানত সন্ত্ৰাসবাদীৰ আক্ৰমণ

0 359

ডিজিটেল ডেস্ক: পুনৰ আফগানিস্তানত সন্ত্ৰাসবাদীৰ আক্ৰমণ। উত্তৰ আফগানিস্তানৰ মাজাৰ-এ-শ্বৰীফত এই ভয়ংকৰ বিস্ফোৰণ।
মিনি বাছক লক্ষ্য কৰি দুটাকৈ বোমা বিস্ফোৰণ। বিস্ফোৰণত নিহত ৯জন, আহত আন ১৩গৰাকী।
ইতিমধ্যে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ ISISৰ। ২১ এপ্ৰিলতো মহানগৰখনত বিস্ফোৰণ ঘটাইছিল ISIS-এ

Leave A Reply

Your email address will not be published.