danewsplus.com
danewsplus.com

লামডিঙত দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা

0 405

ডিজিটেল ডেস্কঃ লামডিং ৰে’লৱে মজদুৰ ইউনিয়নৰ উদ্যোগত দিবা-নৈশ ক্ৰিকেট প্ৰতিযোগিতা৷ লামডিঙৰ বিবেকানন্দ ৰে’লৱে খেলপথাৰত নিশা অনুষ্ঠিত হয় প্ৰতিযোগিতাৰ প্ৰথমখন খেল৷ এই প্ৰতিযোগিতাত লামডিং ৰে’লৱে ডিভিজনৰ ১৭টা দলে অংশগ্ৰহণ কৰিছে৷ প্ৰতিযোগিতা খন ১০ এপ্ৰিললৈকে চলিব৷ লামডিঙৰ বিধায়ক শিবু মিশ্ৰৰ লগতে ৰে’লৱে মাণ্ডলিক প্ৰবন্ধক জে এছ লাখৰাই উদ্বোধন কৰে এই প্ৰতিযোগিতা।

Leave A Reply

Your email address will not be published.