danewsplus.com
danewsplus.com

ইতিহাস হ’ল হিন্দুস্থান পেপাৰ কৰ্প’ৰেশ্যন, আঁতৰিল কাগজ কলৰ ফলক

0 107

ডিজিটেল ডেস্কঃ হিন্দুস্থান পেপাৰ কৰ্প’ৰেশ্যনৰ দুয়োটা কাগজ কল এতিয়া অসম চৰকাৰৰ সম্পত্তি। নগাঁও আৰু শিলচৰত থকা কাগজ কল দুটা ৰাজ্য চৰকাৰে ক্ৰয় কৰাত আনন্দিত হৈ পৰিছে কলকেইটাৰ কৰ্মচাৰীসকল। এতিয়া দুয়োটা কল পুনৰুজ্জীৱিত কৰাৰ আহ্বান ৰাজ্য চৰকাৰলৈ।

ইতিহাস হ’ল হিন্দুস্থান পেপাৰ কৰ্প’ৰেশ্যন, আঁতৰিল কাগজ কলৰ ফলক।তাৰ পৰিৱৰ্তে লাগিল অসম চৰকাৰৰ ফলক। দুয়োটা কলৰ গৰাকী হ’ল অসম চৰকাৰ। ৩৭৫ কোটি টকাত ক্ৰয় HPCৰ সম্পত্তি। ‘কল দুটা পুনৰ কাৰ্যক্ষম কৰিবলৈ অসম চৰকাৰক আহ্বান কৰ্মচাৰীসকলৰ।‘চাহিদা অনুসৰি ভাৰতত উত্পাদন নহয় কাগজ’
‘বিদেশৰ পৰা আমদানি হয় প্ৰয়োজনীয় কাগজ’।

Leave A Reply

Your email address will not be published.