danewsplus.com
danewsplus.com

And The Oscar Goes To…২০২২ বৰ্ষৰ অস্কাৰ বিজয়ীসকল

0 395

ডিজিটেল ডেস্ক: ২০২২ বৰ্ষৰ অস্কাৰ বঁটা ঘোষণা:

  • হলীউডৰ ডলবী থিয়েটাৰত ৯৪সংখ্যক একাডেমী এৱাৰ্ড প্ৰদান অনুষ্ঠান
  • CODAলৈ শ্ৰেষ্ঠ ছবিৰ সন্মান
  • উইল স্মিথলৈ শ্ৰেষ্ঠ অভিনেতাৰ অস্কাৰ
  • ‘King Richard’ ছবিৰ অভিনয়ৰ বাবে স্মিথলৈ এই বঁটা
  • জেছিকা চাষ্টেইনলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ অস্কাৰ
  • ‘The Eye of Tammy Faye’ৰ বাবে চাষ্টেইনলৈ এই বঁটা
  • জেইন কেম্পিয়নলৈ শ্ৰেষ্ঠ পৰিচালকৰ অস্কাৰ
  • ‘Power of the Dog’ ছবিৰ বাবে কেম্পিয়নলৈ এই বঁটা
  • দুগৰাকী সংগীত শিল্পীলৈ শ্ৰেষ্ঠ মৌলিক গীতৰ অস্কাৰ
  • বিলি এলিশ্ব আৰু ফিনিয়াছ অ’কনেললৈ এই বঁটা
  • অস্কাৰ প্ৰদান অনুষ্ঠানত দি গড ফাদাৰৰ ৫০ বৰ্ষ উদযাপন
  • হান্স জিমালৈ শ্ৰেষ্ঠ মৌলিক সুৰৰ অস্কাৰ
  • ‘Dune’ ছবিৰ বাবে শ্ৰেষ্ঠ মৌলিক সংগীতৰ অস্কাৰ
  • ‘Dune’ ছবিলৈ শ্ৰেষ্ঠ সম্পাদনাৰ অস্কাৰ
Leave A Reply

Your email address will not be published.