danewsplus.com
danewsplus.com

আজি এঘণ্টাৰ বাবে বিদ্যুতৰ চুইছ বন্ধ ৰাখিবলৈ আহ্বান বিদ্যুৎ বিভাগৰ

0 507

ডিজিটেল ডেস্কঃ আজি এটা ঘণ্টাৰ বাবে বিদ্যুতৰ চুইছ বন্ধ ৰাখিবলৈ সাধাৰণ জনতাক আহ্বান বিদ্যুৎ বিভাগৰ।নিশা ৮-৩০ৰ পৰা ৯-৩০ বজালৈ সকলো লাইট বন্ধ ৰাখিবলৈ আহ্বান। টুইটৰ জৰিয়তে বিদ্যুৎ বিভাগৰ ফালৰ পৰা সদৰি কৰিছে এই বাৰ্তা।
সমগ্ৰ বিশ্বতে প্ৰতি বছৰে মাৰ্চ মাহৰ শেষৰ ফালে এই ধৰিত্ৰী ঘণ্টা পালন কৰা হয়।এইবাৰো সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষত এই ধৰিত্ৰী ঘণ্টা পালন কৰা হ’ব।

Leave A Reply

Your email address will not be published.