danewsplus.com
danewsplus.com

মহানগৰীৰ ছাত্ৰীবাৰী হত্যাকাণ্ডৰ অপৰাধীক কৰায়ত্ত

0 140
  • মহানগৰীৰ ছাত্ৰীবাৰী হত্যাকাণ্ডৰ অপৰাধীক কৰায়ত্ত
  • আৰক্ষীৰ জালত অৱধেশ যাদৱৰ অন্যতম হত্যাকাৰী
  • বিহাৰত ধৃত হত্যাকাৰীটোৰ নাম পংকজ কুমাৰ
  • পংকজ কুমাৰেই আহি গুলীয়াইছিল অৱধেশ যাদৱক
  • ডব্লিউ যাদৱৰ ব্লুপ্ৰিণ্ট মতেই পংকজ আহিছিল গুৱাহাটীলৈ
  • আৰক্ষীয়ে এতিয়াও গ্ৰেপ্তাৰ কৰিব পৰা নাই ডব্লিউ যাদৱক
  • নেপালত ডব্লিউৱে আত্মগোপন কৰি থকাৰ সন্দেহ আৰক্ষীৰ
Leave A Reply

Your email address will not be published.