danewsplus.com
danewsplus.com

অমৃতসৰত সতীৰ্থৰ গুলীত নিহত ৫ জোৱান

0 253

ডিজিটেল ডেস্কঃ দেওবাৰে দিন- দুপৰতে পাঞ্জাৱৰ বিএছএফৰ শিবিৰত ভয়ংকৰ ঘটনা সংঘটিত হয় ।

অমৃতসৰত বিএছএফৰ মেছত সতীৰ্থৰ গুলীত নিহত ৫ জোৱানৰ। গুৰুতৰভাৱে আহত হয় কেইবাজনো জোৱান।
সূত্ৰ অনুসৰি, গুলীচালনা কৰা জোৱানজনে হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত আত্মহত্যা কৰে।

প্ৰাপ্ত খবৰ অনুসৰি, কনিষ্টবলজন মহাৰাষ্ট্ৰৰ সট্টেপ্পা বুলি জানিব পৰা গৈছে।তেওঁক অত্যাধিক কাম কৰা কৰিবলৈ দিয়া হৈছিল আৰু দৈনিক ভিত্তিত নিৰন্তৰ কৰ্তব্য দিয়া হৈছিল। শনিবাৰে, এই বিষয়ত অক্ষুণ্ণ হৈ তেওঁৰ এজন জ্যেষ্ঠ বিএছএফ বিষয়াৰ সৈতে তৰ্কতো লিপ্ত হৈছিল।

Leave A Reply

Your email address will not be published.