danewsplus.com
danewsplus.com

FIH মহিলা প্ৰ’ লীগৰ ভাৰতীয় খেলুৱৈৰ তালিকা প্ৰকাশ

0 344

ডিজিটেল ডেস্কঃ হকী ইণ্ডিয়াই তালিকা প্ৰকাশ কৰিলে মহিলা হকী প্ৰ’ লীগৰ ভাৰতীয় খেলুৱৈৰ।তালিকাত আছে ২২গৰাকী হকী খেলুৱৈৰ নাম। স্পেইনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতাত নামিব এই হকী দলটো।২৬ আৰু ২৭ ফেব্ৰুৱাৰীত উৰিষ্যাৰ ভূৱনেশ্বৰত হ’ব খেলখন।দলটোৰ অধিনায়ক হিচাপে থাকিব সবিতা দেৱ।ফৰৱাৰ্ডত থাকিব ঝাৰখণ্ডৰ সংগীতা কুমাৰী, বন্দনা কাটাৰিয়া, নৱনীত কৌৰ।ডিফেণ্ডাৰত থাকিব দীপগ্ৰেচ এক্কা, গুৰুজিৎ কৌৰ, নিকি প্ৰধান, উদিপ্তা, ইশিকা চৌধুৰী আৰু বহুকেইগৰাকী খেলুৱৈ।

Leave A Reply

Your email address will not be published.