danewsplus.com
danewsplus.com

আজি ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাৰ প্ৰথম টি-২০

0 148

ডিজিটেল ডেস্কঃ আজি ভাৰত-ৱেষ্ট ইণ্ডিজ শৃংখলাৰ প্ৰথমখন টি-২০ ৷ সদ্যসমাপ্ত এদিনীয়া শৃংখলাত ৱেষ্ট ইণ্ডিজক ৩-০ত হোৱাইটৱাছ কৰাৰ পিছত টি-২০ শৃংখলাতো জয়ৰ লক্ষ্যৰে নামিব টীম ইণ্ডিয়া ৷

কলকাতাৰ ইডেন গাৰ্ডেনত সন্ধিয়া ৭.৩০ বজাত অনুষ্ঠিত হ’ব এই মেচ৷ ইফালে এদিনীয়া শৃংখলাত শোচনীয় পৰাজয়ৰ পিছত প্ৰত্যাৱৰ্তনৰ আশা কেৰিবিয়ান বাহিনীৰ ৷

এদিনীয়া শৃংখলাত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা ভাৰতীয় দলটোত টি-২০ শৃংখলাৰ বাবে বিশেষ সাল-সলনি ঘটোৱাৰ সম্ভাৱনা নাই৷


Leave A Reply

Your email address will not be published.