danewsplus.com
danewsplus.com

কোন হ’ব আগন্তুক পৌৰ সভা নিৰ্বাচনৰ ৰাইজৰ দলৰ প্ৰাৰ্থী ?

0 98

ডিজিটেল ডেস্কঃ ৰাইজৰ দলৰ নেতা বিধায়ক অখিল গগৈয়ে ঘোষণা কৰিছে যে কাকো সমালোচনা নকৰি ইতিবাচকভাৱে পৌৰ নিৰ্বাচনৰ প্ৰচাৰ চলাব দলে ৷ তেওঁ আৰু কয় যে শিৱসাগৰ নগৰখনক ৰাজ্যৰ ভিতৰতে পৰিস্কাৰ নগৰ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা চলোৱা হ’ব ৷

শিৱসাগৰত পৌৰসভা নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰি এই মন্তব্য কৰে অখিল গগৈয়ে ৷ শিৱসাগৰৰ ১৩টা ৱাৰ্ডত প্ৰাৰ্থিত্ব দিছে ৰাইজৰ দলে৷ অসম যুৱ ছাত্ৰ সন্মিলনে প্ৰাৰ্থিত দিছে এটা ৱাৰ্ডত ৷

Leave A Reply

Your email address will not be published.