danewsplus.com
danewsplus.com

পুনৰ চৰ্চাত ভূপেন বৰাৰ গীত আৰু কবিতা,‘মন বেয়া লাগিলে কোনে শুনে বৰাৰ গীত-কবিতা?

0 279

ডিজিটেল ডেস্কঃ পুনৰ চৰ্চাত ভূপেন বৰাৰ গীত আৰু কবিতা ৷ এইবাৰ মুখ খুলিছে তেজপুৰৰ সাংসদ পল্লৱলোচন দাসে ৷ APCCৰ সভাপতি ভূপেন বৰাৰ গীত আৰু কবিতা শুনি কপিল শৰ্মাৰ জনপ্ৰিয় কমেডি শ্ব’ বা ৰাজকুমাৰ ঠাকুৰীয়াৰ চিনেমা চাবলৈ এৰিছে বুলি মন্তব্য কৰে সাংসদগৰাকীয়ে ৷ তেওঁ কয় মন বেয়া লাগিলেই ভূপেন বৰাৰ গীত অথবা কবিতা শুনো ৷ তেজপুৰত বিজেপি কাৰ্যালয়ত উপস্থিত হৈ দলীয় কৰ্মীৰ সৈতে মিলিত হোৱা এক আলোচনাত এই মন্তব্য কৰে সাংসদ দাসে ৷

কপিল শৰ্মাৰ জনপ্ৰিয় কমেডি শ্ব’ চাবলৈ এৰিছোঁ’
ৰাজকুমাৰ ঠাকুৰীয়াৰো চিনেমা নাচাও’
‘কপিল শৰ্মা আৰু ভূপেন বৰা একেই’
‘মন বেয়া লাগিলে বৰাৰ গীত-কবিতা শুনো’

Leave A Reply

Your email address will not be published.