danewsplus.com
danewsplus.com

উত্তৰাখণ্ডত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

0 219

ডিজিটেল ডেস্কঃ আজি উত্তৰাখণ্ডলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ৷ ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী শৰ্মাই ৷ ডেৰাডুনত দুৱাৰে দুৱাৰে প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী শৰ্মাই ৷  প্ৰথমবাৰলৈ উত্তৰ–পূবৰ মুখ্যমন্ত্ৰীয়ে উত্তৰ ভাৰতত চলাব নিৰ্বাচনী প্ৰচাৰ।

পুৱা ৯ বজাত উত্তৰাখণ্ডলৈ ৰাওনা হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এদিনীয়া ভ্ৰমণসূচীৰে উত্তৰাখণ্ডলৈ যোৱা মুখ্যমন্ত্ৰীগৰাকী নিশা ১২.৩০ বজাত উপস্থিত হ’ব গুৱাহাটীত। ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’ব উত্তৰাখণ্ডৰ নিৰ্বাচন৷ যোৱা বুধবাৰে মুখ্যমন্ত্ৰী শৰ্মাই ভ্ৰমণ কৰিছিল মণিপুৰত ৷ বিজেপিৰ নিৰ্বাচনী কৌশল সম্পৰ্কে ভালেকেইখন বৈঠকত মিলিত হৈছিল মুখ্যমন্ত্ৰী শৰ্মা।

Leave A Reply

Your email address will not be published.