danewsplus.com
danewsplus.com

ফাগুনৰ প্ৰথমটো বুধবাৰে আলি-আয়ে-লৃগাং

0 413

ডিজিটেল ডেস্কঃ সমাগত আলি-আয়ে-লৃগাং। ফাগুনৰ প্ৰথমটো বুধবাৰে অনুষ্ঠিত হ’বলগীয়া আলি-আয়ে-লৃগাঙক লৈ মিচিং সমাজৰ মাজত পাৰ ভঙা উছাহ ৷

ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে আলি-আয়ে-লৃগাঙৰ ব্যাপক প্ৰস্তুতি ৷ গাঁৱৰ ডেকা-বুঢ়া, জীয়াৰী-বোৱাৰীসকল ঐনিতমৰ সুৰত, গুমৰাগৰ ছন্দত আপোন পাহৰা হৈ পৰিছে ৷ সকলো ব্যস্ত হেঁপাহৰ আলি-আয়ে-লৃগাঙৰ প্ৰস্তুতিত ৷

Leave A Reply

Your email address will not be published.