danewsplus.com
danewsplus.com

ইটালীত আজৱ ঘটনা,মৃত্যুৰ ২ বছৰৰ পিছত বহি থকা অৱস্থাতেই উদ্ধাৰ

0 224

ডিজিটেল ডেস্কঃ ইটালীত সংঘটিত হৈছে এক আচৰিত ঘটনা। এগৰাকী ৭০ বছৰীয়া বৃদ্ধাক মৃত্যুৰ ২ বছৰৰ পিছত তেওঁৰ দেহৰ অৱশিষ্ট তেওঁ বহি থকা অৱস্থাতেই উদ্ধাৰ কৰা হয়। আচলতে, মহিলাগৰাকীৰ কোনো আত্মীয় নাছিল। তেওঁ অকলসৰে বাস কৰিছিল ঘৰটোত।

আশ্বৰ্য্যজনকভাৱে, বৃদ্ধাগৰাকীৰ মৃত্যুৰ প্ৰায় ২ বছৰৰ পিছত তেওঁক বহি থকা অৱস্থাতেই উদ্ধাৰ কৰা হয়। মহিলাগৰাকীৰ নাম আছিল মেৰিনেলা বেৰেটাছ। এই কথা পোহৰলৈ আহে যেতিয়া আৰক্ষীয়ে তীব্ৰ বতাহৰ সময়ত বেৰেটাছৰ ঘৰলৈ ফোন কৰে কিয়নো, তেওঁৰ বাগিচাত থকা অৱহেলিত গছবোৰ ভাঙি পৰাৰ আশংকা কৰিয়েই তেওঁক সতৰ্ক কৰিবৰ বিচাৰিছিল ইটালীৰ আৰক্ষী প্ৰশাসনে।

Leave A Reply

Your email address will not be published.