danewsplus.com
danewsplus.com

বিজেপি নেতাৰ বিৰুদ্ধে চান্দা সংগ্ৰহৰ অভিযোগ

0 249

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰে চান্দা সংগ্ৰহ বন্ধ কৰাৰ সময়তে বিজেপি নেতাৰ বিৰুদ্ধে চান্দা সংগ্ৰহৰ অভিযোগ৷ চৰকাৰী চৌকা বিতৰণৰ নামত ৫০ টকাকৈ দলীয় পুঁজিলৈ সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে বিজেপিৰ ওদালগুৰিৰ ভেৰগাঁও মণ্ডলৰ সভাপতি আৰু এগৰাকী নেত্ৰীৰ বিৰুদ্ধে ৷

ডিমাকুছি চাহ বাগিচাত চৌকা বিতৰণৰ সময়ত এইদৰে ধন সংগ্ৰহৰ অভিযোগ উঠিছে বিজেপিৰ মণ্ডল সভাপতি উদিত বড়ো আৰু স্থানীয় নেত্ৰী পাৰ্বতী কুৰ্মীৰ বিৰুদ্ধে ৷

Leave A Reply

Your email address will not be published.