danewsplus.com
danewsplus.com

ঋতুস্ৰাৱ বন্ধ নোহোৱাকৈ কেনেকৈ গৰ্ভৱতী হ’ল এগৰাকী ১৮ বছৰীয়া কিশোৰী?

0 328

ডিজিটেল ডেস্কঃ এনে এক আশ্বৰ্যকৰ ঘটনাই ঘটিল এগৰাকী তৰুণীৰ সৈতে। কিছুদিন ধৰি স্বাস্থ্য ভাল নাছিল যুৱতীগৰাকীৰ। গতিকে ডাক্তৰৰ কাষ চাপিছিল।

মানুহৰ শৰীৰৰ এক অদ্ভুত ঠাই। মাজে মাজে শৰীৰত এনে কিছু ঘটে, যি আমাক অবাক কৰি তোলে। বহু সময়ত এটা এটা অদ্ভুত পৰিস্থিতিত যি ধৰণৰ সংকেত দেখা দিব লাগে, কেতিয়াবা আকৌ নিদিয়ে।

এনে এক আশ্বৰ্যকৰ ঘটনাই ঘটিল এগৰাকী তৰুণীৰ সৈতে। কিছুদিন ধৰি স্বাস্থ্য ভাল নাছিল কিশোৰী গৰাকীৰ। গতিকে ডাক্তৰৰ কাষ চাপিছিল। কিন্তু স্বাস্থ্য পৰীক্ষাৰ অন্তত যি ধৰা পৰিল, শুনি সকলো অবাক। ডাক্তৰে জনাই যে, যুৱতীগৰাকীৰ গৰ্ভৱতী।

দ্য চান ৱেবছাইটৰ প্ৰতিবেদন অনুসৰি, 20 বছৰীয়া জেছ টিকটকত যথেষ্ট বিখ্যাত। তেওঁ প্ৰায়ে নিজৰ জীৱনৰ সৈতে সম্পৰ্কিত ভিডিঅ’ শ্বেয়াৰ কৰে। শেহতীয়াকৈ, তেওঁ কিছুমান ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত তেওঁ এটা অতি কৰুণ ঘটনাৰ কথা উল্লেখ কৰিছে। জেছে কৈছিল যে, যেতিয়া তেওঁ ১৮ বছৰীয়া আছিল, এজন ব্যক্তিৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খাই পৰিছিল।

দুয়োৰে মাজত সম্পৰ্ক হোৱাৰ মাত্ৰ ৪ মাহৰ পিছত যেতিয়া এদিন জেছিয়ে চিকিৎসালয়লৈ যাব লগা হৈছিল। তেওঁ কৈছিল যে, তেওঁ চিকিৎসালয়ত ডাক্তৰৰ পৰিমৰ্শ মতে পৰীক্ষা কৰিব বিচাৰিছিল, কাৰণ তেওঁ কিছু অসুস্থতা অনুভৱ কৰিছিল। কিন্তু ৰিপৰ্টত গৰ্ভৱতী বুলি ধৰা পৰাৰ পিছতে মাটিত ঢলি পৰে জেছি।

চিকিৎসকে কয় যে, তেওঁ ২৬ সপ্তাহৰ গৰ্ভৱতী কেৱল সেয়াই নহয়, এয়া জনা যায় যে, ছোৱালীজনীৰ এক গোপনীয় প্ৰেঞ্জেন্সি Cryptic Prengancy আছে। অৰ্থাৎ এক গৰ্ভধাৰণ য’ত চিকিৎসা পৰীক্ষাৰ পাছতো গৰ্ভধাৰণ চিনাক্ত কৰা নহয়। মহিলাসকলে এই প্ৰকাৰৰ গৰ্ভধাৰণৰ সময়ত বমি নকৰে, আৰু আনকি তেওঁলোকৰ ঋতুস্ৰাৱো বন্ধ নহয়।

জেছে লগতে কৈছিল যে, সেই সময়ত, বহুলোকে তেওঁক সমালোচনা কৰিবলৈ আৰম্ভ কৰিছিল যে তাই মাত্ৰ ৪ মাহৰ প্ৰেমৰ পিছতে সেই ব্যক্তিজনৰ ইমানেই কাষ চাপিছিল যে, গৰ্ভৱতী পৰ্যন্ত হৈছিল। জেছে ইয়াৰ উত্তৰত কৈছিল যে তেওঁ গৰ্ভৱস্থাৰ পূৰ্বে পিৰিয়ড বন্ধ হোৱাৰ ঔষধ খাইছিল। কিন্তু সেই সময়তো একো ইংগিত পোৱা নাছিল।

ট্ৰ’লবোৰক উপযুক্ত প্ৰত্যুত্তৰ দিবলৈ, তেওঁ আন এটা ভিডিঅ’ত কৈছিল যে, তেওঁৰ প্ৰেমিকে কিন্তু সেই সময়ত সমৰ্থন কৰিছিল আৰু তেওঁলোক দুয়ো ২ বছৰ ধৰি একেলগে আছিল।

Leave A Reply

Your email address will not be published.