danewsplus.com
danewsplus.com

সুৰৰ কোনো পৰিধি নাই! কোকিলকণ্ঠীৰ মহাপ্ৰয়াণত পাকিস্তানত শোকৰ ছাঁ

0 153

ডিজিটেল ডেস্কঃ সুৰ সামৰি অজান দেশলৈ গুছি গ’ল লতা মংগেশকাৰ।সমগ্ৰ দেশ বৰ্তমান লতাজীৰ শোকত মৰ্মাহত।সুৰৰ সম্ৰাজ্ঞীৰ বিয়োগত পাকিস্তানতো শোকৰ ছাঁ পৰিছে। পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে টুইট যোগে গভীৰ শোক প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰী গৰাকীয়ে লিখে ‘With the death of Lata Mangeshkar the subcontinent has lost one of the truly great singers the World has known. Listening to her songs has given so much pleasure to so many people all over the World.’

Leave A Reply

Your email address will not be published.