danewsplus.com
danewsplus.com

সৰু পৰ্দাৰ অভিনেত্ৰী কৰিশ্মা টান্না বিবাহপাশত আৱদ্ধ

0 355

ডিজিটেল ডেস্কঃ সৰু পৰ্দাৰ অভিনেত্ৰী কৰিশ্মা টান্না শেহতীয়াকৈ বিবাহপাশত আৱদ্ধ হয় দীৰ্ঘদিনীয়া ব্যৱসায়ী প্ৰেমিক বৰুণ বানগেৰাৰ সৈতে। অভিনেত্ৰীগৰাকীয়ে শণিবাৰে তেওঁলোকৰ বিয়াৰ কিছু মধুৰ মুহুৰ্তৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি শিৰোনামাত লিখে, ‘Just Married’.

বিয়াৰ দিনা তেওঁ Fulguni Shane Peacock নামৰ ফেশ্বন ডিজাইনাৰৰ দ্বাৰা ডিজাইন কৰা গুলপীয়া ৰঙৰ পোছাক পৰিধান কৰিছিল। আন বহু চেলিব্ৰিটিৰ লগতে বহু শুভাকাংখীয়ে শুভকামনা জনায় কৰিশ্মাক।

Leave A Reply

Your email address will not be published.