danewsplus.com
danewsplus.com

চলচ্চিত্ৰ প্ৰেমীৰ বাবে সুখবৰ! ঘোষণা হ’ল বহু প্ৰতীক্ষিত ছবি RRR ৰ মুক্তিৰ নতুন তাৰিখ

0 212

ডিজিটেল ডেস্কঃ ক’ভিড মহামাৰীৰ বাবে ২০২০ বৰ্ষৰ পৰা পিছুৱাই ৰখা বহু প্ৰতীক্ষিত ছবি RRR য়ে অৱশেষত ২৪ মাৰ্চত মুক্তি লাভ কৰিব। কিছু দিন পূৰ্বে RRR ৰ টীমটোৱে ১৪ মাৰ্চত ছবিখনে মুক্তি লাভ কৰিব বুলি ঘোষণা কৰিছিল। শেহতীয়াকৈ সামাজিক মাধ্যমৰ জৰিয়তে নতুন তাৰিখ ঘোষণা কৰিলে টীম RRR য়ে ।

চৰ্চিত ছবি বাহুবলীৰ ৰ্নিমাতা এছ এছ ৰাজামৌলীয়ে পৰিচালনা কৰিছে। ছবিখনত অভিনয় কৰিছে দক্ষিণ ভাৰতৰ ছুপাৰষ্টাৰ জুনিয়ৰ এন টি আৰ, ৰাম চৰণ , বলি উডৰ জনপ্ৰিয় অভিনেত্ৰী আলিয়া ভট্ট, আৰু অজয় দেৱগনে। পুষ্পাৰ পিছতে RRR লৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে চলচ্চিত্ৰ প্ৰেমী সকলে।

Leave A Reply

Your email address will not be published.