danewsplus.com
danewsplus.com

অসম সাহিত্য সভাৰ চাৰিটাকৈ বঁটা ঘোষণা

0 337

ডিজিটেল ডেস্কঃ ঘোষণা কৰা হ’ল অসম সাহিত্য সভাৰ চাৰিটাকৈ বঁটা ৷ বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱা বঁটা, ছগনলাল জৈন বঁটা, নিজৰা কবি শৈলধৰ ৰাজখোৱা বঁটা আৰু ধৰ্মেশ্বৰ কটকী শিশু সাহিত্য বঁটা ঘোষণা কৰিছে সাহিত্য সভাই ৷

বৈষ্ণৱ পণ্ডিত শশীচন্দ্ৰ বৰবৰুৱা বঁটা আগবঢ়োৱা হৈছে ড০ প্ৰফুল্ল মহন্তলৈ ৷ ছগনলাল জৈন বঁটা আগবঢ়োৱা হৈছে ড০ শিৱনাথ বৰ্মনলৈ৷ নিজৰা কবি শৈলধৰ ৰাজখোৱা বঁটা ড০ অখিল চক্ৰৱৰ্তীলৈ আৰু ধৰ্মেশ্বৰ কটকী শিশু সাহিত্য বঁটা আগবঢ়োৱা হৈছে অভিজিৎ শৰ্মা বৰুৱালৈ ৷

Leave A Reply

Your email address will not be published.