danewsplus.com
danewsplus.com

ক্ৰিকেট প্ৰেমীৰ বাবে সুখবৰ! কুল-চা জুটিৰ পুনৰ আগমন হ’ব ভাৰতীয় দলত

0 106

ডিজিটেল ডেস্কঃ দীর্ঘ বিৰতিৰ অন্তত 50 অভাৰৰ দলত নিজৰ স্থান সুনিশ্চিত কৰিবলৈ সক্ষম হয় কুলদীপ যাদৱে। য়ুজৱেন্দ্র চাহালৰ সৈতে দলত স্থান লাভ কৰে যাদৱে। ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব লগা শৃংখলাতি আহমেদাবাদৰ উপৰি কলকাতাত ওৱেষ্ট ইন্ডিজৰ বিৰুদ্ধে যথাক্রমে তিনি খন অ’ডি আই, তিনিখন টি-টুৱেন্টি মেছ খেলিব ভাৰতীয় দলে।

Leave A Reply

Your email address will not be published.