danewsplus.com
danewsplus.com

ICCৰ পুৰুষৰ T-20 বিশ্বকাপৰ সূচী ঘোষণা

0 172

ডিজিটেল ডেস্কঃ ICCৰ পুৰুষৰ T-20 বিশ্বকাপৰ সূচী ঘোষণা কৰা হৈছে৷ অষ্ট্ৰেলিয়াত ১৬ অক্টোৱৰৰ পৰা ১৩ নৱেম্বৰলৈকে অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখন৷ অষ্ট্ৰেলিয়াৰ ৭ ঠাইত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ মেচসমূহ৷ মেলবৰ্ণ, চিডনী, ব্ৰিছবেন, এডিলেইড, জিলং, হোবাৰ্ট আৰু পাৰ্থত অনুষ্ঠিত হ’ব মেচসমূহ৷

প্ৰতিযোগিতাখনত পাকিস্তানৰ বিপক্ষে অৱতীৰ্ণ হৈ বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব৷ উদ্বোধনী মেচত আয়োজক অষ্ট্ৰেলিয়াই নিউজীলেণ্ডৰ ৱিপক্ষে অৱতীৰ্ণ হ’ব চিডনী ক্ৰিকেট গ্ৰাউণ্ডত৷ ২৩ অক্টোৱৰত পাকিস্তানৰ বিৰুদ্ধে মেলবৰ্ণত যুঁজত নামিব ভাৰত৷

Leave A Reply

Your email address will not be published.