danewsplus.com
danewsplus.com

মুম্বাইৰ ধাৰাবাহিক বিস্ফোৰণৰ খলনায়ক ছালিম গাজীৰ মৃত্যু

0 226

ডিজিটেল ডেস্ক: মুম্বাইৰ ধাৰাবাহিক বিস্ফোৰণৰ খলনায়কৰ মৃত্যু। কৰাচীত মৃত্যু ঘটিছে অন্যতম অভিযুক্ত ছালিম গাজীৰ। ১৯৯৩ চনত মুম্বাইত সংঘটিত কৰিছিল ধাৰাবাহিক বিস্ফোৰণ।

২০ নিৰাপত্তা কৰ্মীসহ প্ৰাণ লৈছিল ১৭৪গৰাকী নিৰীহৰ।ডন ছোটা ছাকিলৰ সোঁহাতস্বৰূপ আছিল ছালিম গাজী।হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হৈছে সন্ত্ৰাসবাদীটোৰ।

Leave A Reply

Your email address will not be published.