danewsplus.com
danewsplus.com

উদ্বেগজনকভাৱে দেশত দ্ৰুত সংক্ৰমণ ঘটিছে ক’ভিড-১৯ৰ

0 68


ডিজিটেল ডেস্কঃ অভিলেখ সৃষ্টি কৰি ২৪ ঘণ্টাত দেশত ক’ভিডত আক্ৰান্ত ২ লাখ ৪৭ হাজাৰ লোক ৷ বুধবাৰৰ তুলনাত বৃহস্পতিবাৰে বৃদ্ধিৰ হাৰ ২৭ শতাংশ । পজিটিভিটীৰ হাৰ ১৩.১১ শতাংশ

উদ্বেগজনকভাৱে দেশত দ্ৰুত সংক্ৰমণ ঘটিছে ক’ভিড-১৯ৰ ৷ ১৩.১১ শতাংশ পজিটিভিটী হাৰেৰে বুধবাৰৰ তুলনাত বৃহস্পতিবাৰে ক’ভিডত আক্ৰান্ত হ’ল লাখ ৪৭ হাজাৰ ৪১৭গৰাকী লোক৷ বুধবাৰৰ পজিটিভিটীৰ হাৰৰ তুলনাত বৃহস্পতিবাৰে সংগক্ৰমণ বাঢ়িল প্ৰায় ২ শতাংশ ৷ আৰোগ্য লাভৰ হাৰো হ্ৰাস পাইছে । ৯৫.৫৯লৈ নামিল আৰোগ্যৰ হাৰ।

Leave A Reply

Your email address will not be published.