danewsplus.com
danewsplus.com

ক’ভিড পজিটিভ বিশাল দদলানী

0 311

ডিজিটেল ডেস্কঃ বলিউদৰ জনপ্ৰিয় সংগীত শিল্পী বিশাল দদলানীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰে যে তেওঁ ক’ভিড-১৯ ত আক্ৰান্ত হৈছে। তেওঁ লগতে লিখে, প্ৰয়োজনীয় সকলো সাৱধানতা অৱলম্বন কৰাৰ পাছতো মই ক’ভিডৰ স্বীকাৰ হ’লো..অৱশ্যে মোৰ লক্ষণবিলাক জটিল নহয়.. সাৱধান হৈ থাকক সকলো। কোনো সময়তে লাগিলে শ্বুটিংগেই নহঁওক কিয় ভেকচিন গ্ৰহণ নকৰা লোককো মই মাস্কৰ অবিহনে লগ কৰা নাই আৰু কোনো বস্তুৱেই চেনিটাইজাৰ নলগোৱাকে চোৱা নাই, তেওঁ লগতে কয়।


Leave A Reply

Your email address will not be published.