danewsplus.com
danewsplus.com

কামৰূপৰ ৰঙিয়াত দিব্যাংগৰ প্ৰতিবাদ

0 345

ডিজিটেল ডেস্কঃ ৰঙিয়াৰ গান্ধী মণ্ডপ চৌহদত গৰীৱ নন্দন জনকল্যাণ সমিতি নামৰ বেচৰকাৰী সংগঠনটোৰ উদ্যোগত প্ৰতিবাদ জনাইছে দিব্যাংগসকলে৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ৰঙিয়াতো বিভিন্ন আঁচনিৰ পৰা বঞ্চিত হৈ আছে দিব্যাংগসকল৷ একাংশ দিব্যাংগৰ প্ৰ-পত্ৰৰ ম্যাদ ওকলাৰ পথত৷ সেই উদ্দেশ্যে এই বঞ্চিত দিব্যাংগসকলক ১০ ফেব্ৰুৱাৰীৰ ভিতৰত পেঞ্চনৰ ধন আদায় দিয়াৰ বাবে দাবী জনোৱা হৈছে৷ ইফালে, তেওঁলোকৰ দাবী পূৰণ নকৰিলে প্ৰবল প্ৰতিবাদ কৰা হ’ব বুলি সকীয়াই দিছে দিব্যাংগসকলে৷

Leave A Reply

Your email address will not be published.