danewsplus.com
danewsplus.com

দেশত অব্যাহত ক’ৰোণাৰ আতংক, নিতৌ বৃদ্ধি সংক্ৰমণৰ সংখ্যা

0 2,037

ডিজিটেল ডেস্কঃস্বাস্থ্য মন্ত্ৰালয়ৰ মতে, দেশত ৮,৭০৬ গৰাকী লোক কভিডৰ পৰা সুস্থ হৈ উঠিছে যদিও যোৱা ২৪ ঘন্টাত কভিড-১৯ ৰ ৭,১৪৫ টা নতুন সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। ইয়াৰ লগতে ২৮৯ গৰাকী লোকৰ এই সংক্ৰমণৰ ফলত মৃত্যু হোৱাত মুঠ মৃতকৰ সংখ্যা ৪,৭৭,১৫৮ গৰাকীলৈ বৃদ্ধি পাইছে। আনহাতে, মুঠ ৩,৪৭,৭১,৪৭১ গৰাকী এই সংক্ৰমণৰপৰা সুস্থ হৈ উঠাৰ বিপৰীতে নতুনকৈ সংক্ৰমণৰ সংখ্যা ৮৪,৫৬৫ (৫৬৯ দিনত সকলোতকৈ কম) গৰাকী হৈছে

Leave A Reply

Your email address will not be published.