danewsplus.com
danewsplus.com

পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠানৰ শীৰ্ষস্থানত ভাৰতীয় নাগৰিক

0 171


ডিজিটেল ডেস্কঃফ্ৰান্স ফেশ্চন হাউছ চেনেলৰ CEO হিচাপে নিযুক্তি লাভ কৰিছে ভাৰতৰ লীনা নায়াৰে৷ জানুৱাৰীত প্ৰতিষ্ঠানটোৰ CEOৰ দায়িত্বভাৰ গ্ৰহণ কৰিব নায়াৰে৷ পূৰ্বে ইউনিলীভাৰ প্ৰতিষ্ঠানৰ HR হিচাপে নিযুক্ত আছিল নায়াৰ৷ ২০০৭ চনৰ পৰা ইউনিলীভাৰ প্ৰতিষ্ঠানটোৰ সৈতে জড়িত আছিল নায়াৰ৷ ১৯৬৯ চনৰ ১১ জুনত মহাৰাষ্ট্ৰৰ কোলহাপুৰত জন্ম হৈছিল লীনা নায়াৰৰ৷

Leave A Reply

Your email address will not be published.