danewsplus.com
danewsplus.com

SS Rajamouli ৰ নতুন ছবি RRR-ৰ ট্ৰেইলাৰে লগাইছে খলকনি

0 492

ডিজিটেল ডেস্ক: বৃহস্পতিবাৰে মুক্তি পালে বহু প্ৰতিক্ষিত চলচ্চিত্ৰ RRR ৰ ট্ৰেইলাৰ। মুক্তিৰ পাছতেই চলচ্চিত্ৰ প্ৰেমীৰ মাজত বিপুল সমাদৰ লাভ কৰিছে ট্ৰেইলাৰটোৱে। চলচ্চিত্ৰখনৰ চমু আভাস দি বাহুবলীৰ পৰিচালক SS Rajamouli ৰ উচ্চ প্ৰত্যাশিত চলচ্চিত্ৰখনৰ এটা পাৱাৰ-পেকড ট্ৰেইলাৰ মুকলি কৰে।RRR ৰ ট্ৰেইলাৰ অনুসৰি অনুমান হয় যেন যে SS Rajamouli- এ আহিবলগীয়া ছবিখনৰ সৈতে বাহুবলীৰ যাদু পুনৰ সংযোজন কৰাৰ লক্ষ্য লৈছে।

ছবিখনত অভিনয় কৰিছে জুনিয়ৰ এন. টি. আৰ, ৰামচৰণ, অজয় দেৱগণ আৰু আলিয়া ভটে। ২০২২ চনৰ ৭জানুৱাৰীত ছবিগৃহত মুক্তি পাব RRR-য়ে।

Leave A Reply

Your email address will not be published.